শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নৱনিৰ্মিত পৰীক্ষাগাৰ, ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্যপ্রযুক্তি প্ৰতিষ্ঠানৰ অধ্যয়ন কেন্দ্র, আই চি টি ব্যৱস্থাসম্পন্ন কম্পিউটাৰ লেব আৰু বহুমুখী শ্রেণীকোঠাসহ কেইবাটাও শৈক্ষিক আন্তঃগাঁথনি উদ্বোধন কৰে। আন্তঃগাঁথনিসমূহ উদ্বোধন কৰি মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণত শিক্ষা নীতিৰ ভিত্তিত সংবর্ধিত এই শৈক্ষিক আন্তঃগাঁথনিয়ে শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।
Site Admin | September 15, 2025 8:24 PM | Dr. Ranoj Pegu in Dhemaji
ধেমাজি মহাবিদ্যালয়ৰ কেইবাটাও শৈক্ষিক আন্তঃগাঁথনি উদ্বোধন শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ
