ধেমাজিৰ চিমেন চাপৰিত কংগ্ৰেছৰ ভোটাৰ অধিকাৰ যুৱ সন্মিলন শীৰ্ষক সভা

ধেমাজি জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু অসম কংগ্ৰেছ যুৱ কংগ্ৰেছৰ সহযোগত ধেমাজিৰ চিমেন চাপৰিত আজি ভোটাৰ অধিকাৰ যুৱ সন্মিলন শীৰ্ষক কংগ্ৰেছ দলৰ এখন সভা অনুষ্ঠিত হয়। চিমেন চাপৰিৰ ৰাজহুৱা ভৱনত আয়োজিত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৱে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।