ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 28, 2024 7:39 PM | Prahlad Joshi

printer

ধান বনা কলত উৎপাদিত সামগ্রী ক্রয় কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকক আশ্বাস মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে চৰকাৰে ধান বনা কলত উৎপাদিত সকলো সামগ্রী ক্রয় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকসকলক আশ্বাস দিছে। নতুন দিল্লীত আজি ধান বনা কলৰ স্বত্বাধিকাৰীসকলৰ বাবে ভাৰতীয় খাদ্য নিগমৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ প’ৰ্টেল মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে পঞ্জীয়নৰ পৰা আৰম্ভ কৰি সমাধানলৈকে সকলো ব্যৱস্থা এতিয়া অনলাইনত কৰা হ’ব। তেওঁ কৃষকসকলক তেওঁলোকৰ প্ৰতিটো অভিযোগ স্বচ্ছ প্ৰক্ৰিয়াৰে সমাধান কৰা হ’ব বুলিও আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।