ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ’ব

দেশ বিদেশৰ পৰ্যাটকৰ বাবে কাজিৰঙাত প্ৰথমখন চৰকাৰী অৰ্কিড পার্ক মুকলি হ’ব। ২০২৫ চনৰ জুলাই মাহত এই চৰকাৰী অৰ্কিড পাৰ্কৰ আৰম্ভণি কৰা হ’ব। কাজিৰঙাত নিৰ্মাণ হৈ থকা চৰকাৰী অৰ্কিড পাৰ্কৰ কাম-কাজ নিৰীক্ষণ কৰি বিভাগীয় মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।