ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱা বিষয়ক লৈ লোকসভাৰ অধ্যক্ষj উদ্বেগ প্রকাশ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ মহাৰাষ্ট্ৰ বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে সদনৰ কাম-কাজ পৰিকল্পিতভাৱে ব্যাহত কৰাটোৱে সংসদীয় গণতন্ত্ৰৰ বাবে অশুভ ইংগিত বহন কৰে। নৱনিৰ্বাচিত বিধায়কসকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰোৱা এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভাৰ গঠনমূলক কাম-কাজৰ শলাগ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।