ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 10, 2024 8:20 PM | Dengue

printer

দেশত ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই দেশত ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ প্ৰস্তুতিৰ মূল্যায়নৰ উদ্দেশ্যে আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে, স্বাস্থ্য মন্ত্ৰালয়ে ডেংগীৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে আঁচনি প্ৰস্তুত কৰি উলিয়াইছে আৰু এই সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে একেলগে কাম কৰি আছে। তেওঁ কয় যে, মন্ত্রালয়ে অহর্নিশে কার্যক্রম ডেংগী হেল্পলাইন মুকলি কৰিব। ৰাজ্যসমূহকো পৰৱৰ্তী ৪-৫ দিনৰ ভিতৰত একে ধৰণৰ হেল্পলাইন মুকলি কৰিবলৈ কোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।