ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 2, 2024 9:15 PM | PM Meeting

printer

দেশত অব্যাহত থকা গ্রীষ্ম প্রবাহ সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পর্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত অব্যাহত থকা গ্রীষ্ম প্রবাহ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত প্রধানমন্ত্রীক ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলী বতৰা অনুসৰি ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত গ্ৰীষ্ম প্রবাহ অব্যাহত থাকিব বুলি অৱগত কৰোৱা হয়। প্রধানমন্ত্ৰীয়ে এই সময়ছোৱাত অগ্নিকাণ্ডৰ দৰে ঘটনা ৰোধ তথা এনে ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে নিয়মিতভাৱে অনুশীলন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তেওঁ কয় যে চিকিৎ‍সালয় আৰু অন্যান্য ৰাজহুৱা স্থানসমূহত বৈদ্যুতিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও তেওঁ নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।