দুর্গা পূজাৰ সময়ত শান্তি শৃংখলা আৰু অন্যান্য যাবতীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ যোৰহাট জিলা আয়ুক্তৰ বিভিন্ন স্থান পৰিদৰ্শন

যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে জিলাখনত দুর্গা পূজাৰ সময়ত শান্তি শৃংখলা আৰু অন্যান্য যাবতীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে বিভিন্ন স্থান পৰিদৰ্শন কৰে। জিলাখনৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ পর্যাপ্ত স্বেচ্ছাসেৱক, চিচিটিভি, পূজাস্থলীৰ নিৰাপত্তা আৰু অগ্নিনির্বাপক সঁজুলিৰ লগতে জৰুৰীকালীন ব্যৱস্থা সম্পর্কেও আয়ুক্তগৰাকীয়ে বুজ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।