ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 13, 2025 10:39 AM | S Jaishankar

printer

দুদিনীয়া ভ্রমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইন ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি দুদিনীয়া ভ্রমণসূচীৰে স্পেইন ৰাওনা হ’ব। মন্ত্ৰীগৰাকীৰ বাবে এয়া হ’ব তেওঁৰ প্ৰথম স্পেইন ভ্রমণ। ভ্ৰমণকালত ড০ জয়শংকৰে স্পেইনৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেনুৱেল আলবেৰাছৰ সৈতেও দ্বিপাক্ষিক সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থ আৰু সাম্প্ৰতিক বিশ্বৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। তেওঁ স্পেইনৰ ৰাষ্ট্ৰদূতৰ নৱম বাৰ্ষিক সন্মিলনত ভাষণ দিব আৰু ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।