November 1, 2025 9:07 PM | Governor assam

printer

দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত আয়োজিত অমৰ ছহিদ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাজ্যপালগৰাকীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।