ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লী বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসত জগদীপ ধনখড়ৰ অংশগ্ৰহণ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, শিক্ষা সকলোৰে বাবেই অতিকৈ আৱশ্যকীয় যিহেতু ই প্ৰগতি, সমৃদ্ধি আৰু সৱলীকৰণৰ দুৱাৰ মুকলি কৰে। আজি দিল্লী বিশ্ববিদ্যালয়ৰ মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সভাক সম্বোধন কৰি শ্ৰীধনখড়ে লগতে কয় যে, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বৈষম্যসমূহ আঁতৰাই সমতা স্থাপন কৰাত শিক্ষাই বৃহৎ ভূমিকা গ্ৰহণ কৰিব পাৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পদেন আচাৰ্য্য শ্রীধনখড়ে লগতে প্রাচীন কালৰে পৰাই আমাৰ দেশ শিক্ষা আৰু জ্ঞানৰ কেন্দ্ৰৰূপে পৰিগণিত হৈ আহিছে বুলিও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।