দিল্লী বিধানসভাৰ নৱ নিৰ্বাচিত সদস্যসকলৰ বাবে অহা মঙলবাৰৰ পৰা নতুন দিল্লীত দুদিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিবলগীয়া এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে বিধায়কসকলক সংসদীয় পদ্ধতি, আচৰণ বিধি আৰু উত্তম শাসন ব্যৱস্থাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
Assamese | March 16, 2025 8:09 PM | Delhi Legislative Assembly
দিল্লী বিধানসভাৰ নৱ নিৰ্বাচিত সদস্যসকলৰ বাবে মঙলবাৰৰ পৰা প্ৰশিক্ষণ কাৰ্যসূচী