ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 4, 2024 8:00 PM | BJP Join

printer

দিল্লী প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী অৰবিন্দ সিং লাভলীৰ বিজেপিত যোগদান

দিল্লী প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন মুৰববী অৰবিন্দ সিং লাভলীয়ে বিজেপিত যোগদান কৰিছে। শ্ৰী লাভলীয়ে আজি বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়ে আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ উপস্থিতিত দলটোৰ সদস্যপদ গ্রহণ কৰে । দিল্লীৰ প্ৰাক্তন মন্ত্ৰী ৰাজকুমাৰ চৌহান, কংগ্ৰেছ দলৰ প্ৰাক্তন সম্পাদক নচীব সিং, প্রাক্তন বিধায়ক নীজ বছোয়া, ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ প্ৰাক্তন মুৰববী অমিত মালিকেও বিজেপিত যোগদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।