ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লীত জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ ৭টা খণ্ডৰ গ্ৰন্থ উন্মোচন কৰা হব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত হ’বলগীয়া কিতাপ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল’ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জম্মু-কাশ্মীৰ এণ্ড লাডাখ : থ্রু দি এজেজ নামৰ সাতটা খণ্ডৰ এই গ্ৰন্থখনিৰ জৰিয়তে জন্মু-কাশ্মীৰ আৰু লাডাখৰ ৩ হাজাৰ বছৰজোৰা ইতিহাসৰ আভাস দিয়াৰ চেষ্টা কৰা হৈছে। নেশ্যনেল বুক ট্রাষ্ট আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সহযোগত হিন্দী আৰু ইংৰাজী ভাষাত গ্ৰন্থখন প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।