ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন কৰা হৈছে। অবিভক্ত গোৱালপাৰা জিলাৰ পৰা ১৯৮৩ চনৰ এক জুলাইত তিনিখন পৃথক জিলা গঠন হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত চাৰি বছৰৰ পৰা পহিলা জুলাইৰ দিনটো গোৱালপাৰা জিলা দিৱস হিচাপে পালন কৰি অহা হৈছিল। জিলা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা পঞ্চৰত্নৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনটোত পালন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ লগতে বিয়লিলৈ গোৱালপাৰা চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত সম্বৰ্ধনা সভা আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।