January 3, 2025 8:02 PM

printer

তেতেলীয়াৰ ৰে’লপথৰ ওপৰত নিৰ্মাণ কৰা পথ উৰ্ণসেতু উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে’ল তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীৰ সমীপৰ তেতেলীয়াৰ ৰে’লপথৰ ওপৰত নিৰ্মাণ কৰা এখন পথ উৰ্ণসেতুও আজি উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মৰিগাঁও জিলাৰ জাগীৰোডত নিৰ্মাণৰত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কামকাজ পৰিদৰ্শন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।