ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত পৰহিলৈ হ’বলগীয়া ভোটগ্ৰহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এই সমষ্টিসমূহৰ অধীনৰ ভোটকেন্দ্ৰসমূহলৈ বিষয়া- কৰ্মচাৰীসকল আজিৰে পৰা যোৱাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, আটাইকেইখন জিলাতে আজি বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে।