ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 1, 2024 7:47 PM | Sanjoy Kishan

printer

তিনিচুকীয়া আৰক্ষী থানাৰ উদ্যোগত নাৰী সুৰক্ষা সন্দৰ্ভত সজাগতামূলক সভা

তিনিচুকীয়া আৰক্ষী থানাৰ উদ্যোগত তিনিচুকীয়া কমাৰ্চ কলেজত আজি নাৰী সুৰক্ষা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত সাম্প্ৰতিক পৰিস্থিতিত নাৰীৰ নিৰাপত্তা তথা সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি দিহা পৰামৰ্শ আগবঢ়োৱা হয়। অনুষ্ঠানত চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া কমার্জ কলেজৰ অধ্যক্ষ চৈতন্য বৰা, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।