ড০ বি আৰ আম্বেদকাৰৰ জন্ম দিৱসত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বি আৰ আম্বেদকাৰৰ জন্ম দিৱসত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ আম্বেদকাৰৰ প্ৰেৰণাৰ বাবে দেশখনে সামাজিক ন্যায়ৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নিষ্ঠাৱানভাৱে নিয়োজিত হৈছে। তেওঁ লগতে আম্বেদকাৰৰ নীতি আৰু আদৰ্শই স্বাৱলম্বী তথা উন্নত ভাৰতৰ সৃষ্টিত গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।