ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি কৰা হয়। সন্মিলনত ৩০ খনতকৈও অধিক দেশৰ ৩ হাজাৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত সমাৱেশখনে ডুবাইৰ বহনক্ষম উন্নয়নত বিকাশ হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।