ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডাভোছত চুইজাৰলেণ্ডৰ ৰে’লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ডাভোছত চুইজাৰলেণ্ডৰ ৰে’লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে সুৰক্ষা প্ৰযুক্তি আৰু তদাৰক পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।