September 5, 2024 7:46 PM

printer

ট্রেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত স্বপ্ননীল দাসক মহানগৰ আৰক্ষীৰ জেৰা অব্যাহত

ট্রেডিঙৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত স্বপ্ননীল দাসক মহানগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰৰ পাছতে মহানগৰ আৰক্ষীয়ে অভিযুক্তক ট্রেডিঙৰ সন্দৰ্ভত বহু সময় ধৰি সোধা-পোছা কৰি বহুখিনি তথ্য লাভ কৰে। আনহাতে ট্রেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগত ডিব্ৰুগড়ত বিশাল ফুকন নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতে চুমী বৰা আৰু তার্কিক বৰাৰ নামো বিতৰ্কত সাঙোৰ খাই পৰিছে। অভিযুক্ত দুগৰাকীৰ সন্ধানত আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।