ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 8, 2025 8:43 PM | Texas Flood

printer

টেক্সাছৰ মধ্যভাগত হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ লৈ বৃদ্ধি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ মধ্যভাগত হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ লৈ বৃদ্ধি পাইছে আৰু অন্য ৪১ জন লোক সন্ধানহীন হৈ আছে। প্রাপ্ত বাতৰি অনুসৰি কেৰ কাউণ্টিত সৰ্বাধিক লোক নিহত হৈছে। কেৰ কাউণ্টিৰ এটা গ্ৰীষ্মকালীন শিবিৰত ২৮ গৰাকী কিশোৰৰ মৃত্যু হয়। টেক্সাছৰ উপ-ৰাজ্যপাল ডেন পেট্রিকে কয়, যে যদিহে গুৱাডালুপে নদীৰ সৈতে বান সতৰ্কীকৰণ সংকেত সংযোগ কৰা হলহেঁতেন, তেতিয়া মৃত্যুৰ সংখ্যাও কম হলহেঁতেন।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।