ৰাণী ৰচমনিৰ আজি জন্মদিন উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে তেওঁ সাহস, সহানুভূতি আৰু প্রত্যয়ৰ এটা নাম। প্রধানমন্ত্রীয়ে কয়, যে জনসাধাৰণে ৰাণী ৰচমনিক এগৰাকী স্বপ্নদর্শী আৰু পৰোপকাৰী নেত্ৰী হিচাপে সোঁৱৰণ কৰে। প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে ৰাণী ৰচমনিয়ে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নৰ বাবে দীর্ঘস্থায়ী পদক্ষেপ গ্রহণ কৰিছিল।
Site Admin | September 29, 2025 10:23 AM | PM Modi
জনসাধাৰণৰ বাবে ৰাণী ৰচমনি এগৰাকী স্বপ্নদর্শী আৰু পৰোপকাৰী নেত্ৰী হিচাপে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোঁৱৰণ
