ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 12, 2024 8:09 PM | Chess

printer

ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দৰ জয়লাভ

ভাৰতৰ ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দে ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ নৰোৱেৰ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ইপিনে চীনৰ ৱেই য়ী ২০.৫ পইণ্টৰ সৈতে প্রতিযোগিতাৰ শীৰ্ষ স্থানত আছে। প্রতিযোগিতাখনত আৰু ৯টা ৰাউণ্ডৰ খেল বাকী আছে যদিও প্রথম দিনা ৭ খন খেলত জয় লাভ কৰি ৱেই য়ীয়ে ইতিমধ্যে ২০. ৫ পইণ্ট লাভ কৰিছে। আনহাতে নৰোৱেৰ মেগনাছ কার্লছেনে ১৮ পইণ্ট লাভ কৰি তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে প্ৰজ্ঞানানন্দই ১৪.৫ পইণ্ট লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।