ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 2, 2025 12:27 PM | Sudan Conflict

printer

ছুডানৰ ওমদুৰমানত ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীৰ গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকৰ প্ৰাণহানি

ছুডানৰ ৰাজধানী খাতুমৰ উত্তৰ প্ৰান্তৰ ওমদুৰমানৰ এখন ব্যস্ত বজাৰত কালি ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীয়ে চলোৱা গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ৮২ জন আহত হয়। অল থাওৰা প্ৰতিৰোধ সমিতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অৰ্ধসামৰিক বাহিনীয়ে কৰাৰী এলেকাৰ ছবৰিন বজাৰত ইচ্ছাকৃতভাৱে গুলীবর্ষণ কৰি এই গণহত্যা সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।