ভাৰতৰ সুমিত নাগল ছুইডিছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ পৰা বাহিৰ হৈছে। খেলুৱৈ গৰাকীয়ে আজি প্ৰী-কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ ৭ মৰিয়ানো নৱোনেৰ হাতত ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাজিত হয়।
Site Admin | July 18, 2024 9:11 PM
ছুইডিছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত পৰাজিত সুমিত নাগল
