ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 2, 2024 9:12 PM | Sikkim

printer

ছিকিম বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰা ছিকিম ক্রান্তিকাৰী মৰ্চা আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক শুভেচ্ছা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ছিকিম ক্রান্তিকাৰী মৰ্চা আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, ছিকিমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ তেওঁ আগ্রহী। তেওঁ লগতে ছিকিম বিধানসভা নিৰ্বাচনত বিজেপি কৰ্মকৰ্তাসকলৰ কাম-কাজৰো প্ৰশংসা কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।