December 13, 2024 5:34 PM

printer

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ২ মাওবাদী নিহত

ছত্তিশগড়ত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। চি আৰ পি এফৰ ক’ৰা বেটেলিয়ন আৰু জিলা ৰিজাৰ্ভ বাহিনীৰ যুটীয়া অভিযানত নিহত মাওবাদী দুজনৰ পৰা নিৰাপত্তাৰক্ষীৰয়ে বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। অঞ্চলটোত এতিয়া অভিযান অব্যাহত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।