চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত সমগ্ৰ দেশতে একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত সমগ্ৰ দেশতে একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এটা বার্তাযোগে দেশৰ সকলো নাগৰিককে চৰ্দাৰ বল্লভভাই পেটেল আৰু তেওঁৰ একত্ৰিত ভাৰতৰ আদৰ্শৰ প্ৰতি সন্মান জনাই একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।