ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চৰকাৰে জনজাতীয় সম্প্রদায়সমূহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰূপে বিবেচিত চিল চেল ৰক্তাল্পতা দূৰ কৰাৰ বাবে কাম কৰি আছেঃ জুৱেল অ’ৰাম

চৰকাৰে জনজাতীয় সম্প্রদায়সমূহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰূপে বিবেচিত চিল চেল ৰক্তাল্পতা দূৰ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতীয় সম্প্রদায়সমূহৰ মাজত চিকেল চেল ৰক্তাল্পতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হৈছে। বিকশিত ভাৰতৰ অমৃত কালঃ সেৱা, সুশাসন, গৰীৱ কল্যাণৰ ১১ বছৰ শীৰ্ষক বিশেষ শৃংখলাৰ অংশ হিচপে আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু আকাশবাণীৰ সমগ্ৰ নেটৱৰ্কযোগে এই সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ইউ টিউব চেনেল নিউজ অন এ আই আৰ অফিচিয়েলতো এই সাক্ষাৎকাৰ শুনিব পৰা যাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।