ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 13, 2025 6:00 PM | Sudan Conflict

printer

চুডানৰ এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু

চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত যোৱা ৪৮ ঘণ্টাত অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু হয়। বিভাগীয় তথ্য অনুসৰি যোৱা শুকুৰবাৰে জাম জাম শিবিৰত ১০০ জন লোক নিহত হয় আৰু কালি আবু শ্বৌক শিবিৰত ১৪ জন লোক নিহত হয়। উল্লেখযোগ্য যে এল ফাছাৰত যোৱা বছৰৰ মে’ মাহৰ পৰা চুডানৰ সশস্ত্র বাহিনী আৰু আৰ এছ এফৰ মাজত যুদ্ধ চলি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।