চীনৰ চিনজিয়াঙত অনুষ্ঠিত তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰৰ সফলতা

চীনৰ চিনজিয়াঙত অনুষ্ঠিত ১৭, ১৯ আৰু ২৩ বছৰ অনুর্ধ তৃতীয় বেল্ট এণ্ড ৰোড আন্তঃৰাষ্ট্ৰীয় যুৱ বক্সিং গালাত ভাৰতৰ জুনিয়ৰ বক্সাৰসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদকসহ মুঠ ২৬টা পদক লাভ কৰিছে। ছোৱালীৰ দলে ফাইনেলত ৫টা সোণ, ৫টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। একেদৰে ল’ৰাৰ দলে দুটা সোণ, দুটা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।