চাৰ্জিঅ’গ’ৰক ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি  

চাৰ্জিঅ’গ’ৰক ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। দেশখনৰ উচ্চ সদন চিনেটে কালি ১০৭ গৰাকী মনোনীত ব্যক্তিৰ মাজৰ পৰা শ্ৰীগৰৰ নাম নিশ্চিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।