অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ঘোষিত ফলাফল অনুসৰি মেধাৰ তালিকাত যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই প্ৰথম, কামৰূপ মহানগৰৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্শ্ব বৰদলৈয়ে দ্বিতীয় আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অবিৰ্বাণ বৰগোঁহাইয়ে তৃতীয় স্থান লাভ কৰিছে।
Site Admin | April 11, 2025 11:17 AM | HSLC Result
চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৬৩.৯৮%
