ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 30, 2024 8:29 PM | PM Modi

printer

গোৱা ৰাজ্য দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা ৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, গোৱাৰ সজীৱ সংস্কৃতি চহকী ঐতিহ্য তথা মনোমোহা সৌন্দৰ্যৰ বাবে ভাৰত গৌৰাৱান্বিত। তেওঁ কয় যে, আধুনিকতাক আকোৱালি লোৱাৰ লগতে প্রাকৃতিক সৌন্দৰ্য সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যখনৰ দায়বদ্ধতাই বহনক্ষম উন্নয়ন ক্ষেত্ৰত এক উল্লেখযোগ্য আদর্শ দাঙি ধৰিছে। তেওঁ লগতে গোৱাৰ উন্নয়ন আৰু সমৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ সমৰ্থন তথা প্ৰসাৰক দৃঢ়তাৰে আশ্বাস প্ৰদান কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।