ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গোৱা আৰু কৰৱাৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌ বাহিনীৰ জোৱানসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দীপাৱলী উদযাপন

দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উল্লেখ কৰিছে। গোৱা আৰু কৰৱাৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌ বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ছোৱাত প্রধানমন্ত্রীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে আই এন এছ বিক্রান্ত আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ প্রতীক। প্রধানমন্ত্রীয়ে উল্লেখ কৰে, যে চৰকাৰে প্ৰতিটো প্রত্যাহ্বানকে সংস্কাৰলৈ, প্রতিটো সংস্কাৰকে প্ৰত্যাৱৰ্তন আৰু প্ৰতিটো প্ৰত্যাৱৰ্তনক বিপ্লবলৈ পৰিৱৰ্তন কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।