November 8, 2025 1:22 PM | goalpara eviction

printer

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত কাইলৈ-পৰহিলৈ উচ্ছেদ অভিযান, সাজু জিলা প্ৰশাসন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ গোৱালপাৰাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি ঘোষণা কৰে। এই ঘোষণাৰ পাছতে উচ্ছেদ অভিযানৰ পূৰ্বেই দখলকাৰীসকলে স্ব-ইচ্ছাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।