December 15, 2025 6:13 PM | goalpara festival

printer

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাতীগাঁৱত খেতি চপোৱা উৎসৱ পালন

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাতীগাঁও অঞ্চলৰ ৰাইজে এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আজি পৰম্পৰাগতভাৱে খেতি চপোৱা উৎসৱ পালন কৰে। কৃষকসকলৰ পথাৰৰ ধান লগে-ভাগে চপাই আজি এই উৎসৱ পালন কৰা হয়। ৰাইজে পৰম্পৰা ৰক্ষা কৰি বাদ্যযন্ত্ৰ বজাই খেতি চপোৱাৰ পাছত সমূহীয়া ভোজ-ভাতৰ আয়োজন কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।