গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ

গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পর্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ বিশেষ প্রশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত মহিলা প্রিজাইডিং আৰু প’লিং বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।