December 1, 2024 7:17 PM | Golaghat District

printer

গোলাঘাট জিলাৰ বোকাখাটত পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত

গোলাঘাট জিলাৰ বোকাখাট সমজিলা ভাৰোত্তলন সংস্থাৰ উদ্যোগত আজি পঞ্চম জিলা ভিত্তিক বার্ষিক ভাৰোত্তলন প্রতিযোগিতা অনুষ্ঠিত হয়। মন্ত্রী অতুল বৰাই উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ আৰম্ভণিতে কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্রীড়াবিদক সম্বৰ্ধনা জনোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।