ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা

গোলাঘাট জিলাৰ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা ২৫ নৱেম্বৰত এমেচাৰ থিয়েটাৰ ছ’চাইটীৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাসমূহ প্ৰদান কৰা হ’ব।