গোলাঘাটৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত আজি আৰক্ষীয়ে চলোৱা অভিযানত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয়। আৰক্ষীয়ে এজন লোকৰ বাসগৃহৰ পৰা হেৰ’ইন জব্দ কৰাৰ লগতে লোকজনক গ্ৰেপ্তাৰ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।