গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নির্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু অহা মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফে’চবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে গুৱাহাটী ক্লাবৰ পৰা চানমাৰি, বামুণীমৈদাম, নুনমাটি সংযোগী উৰণসেতুখনো অহা মাহৰ ভিতৰতে মুকলি কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে।
Site Admin | January 18, 2026 11:26 AM | Kumar Bhaskar Barma Setu Guwahati
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নির্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু ফেব্ৰুৱাৰীত মুকলি