গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত আজি বিয়লি ৫ জন লোক সন্ধানহীন হৈছে। এন ডি আৰ এফে লোককেইজনৰ সন্ধানত নাৱেৰে অভিযান অব্যাহত ৰাখিছে। আমাৰ সংবাদদাতাই জনোৱা মতে, জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জনৰ এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই ৷
Site Admin | December 10, 2025 9:04 PM | Brahmaputra
গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত ৫ জন লোক সন্ধানহীন