গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তৰ জাননী

সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। ডিব্ৰুগড়ৰ খনিকৰ ফিল্ডত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।