ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 1, 2025 6:50 PM | Health camp

printer

কোকৰাঝাৰৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য শিবিৰৰ আয়োজন

কোকৰাঝাৰ জিলাৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাৰ স্বাস্থ্য সমিতিয়ে আয়োজন কৰা এই শিবিৰ বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জীত বসুমতাৰীয়ে মুকলি কৰে। জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সন্দৰ্ভত অৱগত কৰাৰ বাবে এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।