May 10, 2024 6:21 PM | AI Express

printer

কেৰালাত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ যাতায়ত ব্যাহত

কেৰালাৰ চাৰিটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উপসাগৰীয় দেশসমূহৰ বিভিন্ন গন্তব্যস্থানলৈ যাবলগীয়া এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানসমূহৰ যাতায়ত এতিয়াও ব্যাহত হৈ আছে। বিমান পৰিচালন কর্তৃপক্ষ আৰু কৰ্মচাৰীসকলৰ মাজত ইতিমধ্যে এই সন্দৰ্ভত চুক্তি সম্পন্ন হৈছিল। কোচিন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ডামাম আৰু মাস্কতলৈ আজি পুৱাৰ বিমান যাত্রা বাতিল কৰা হয় যদিও ডুবাই, ডোহা আৰু আবুধাবিলৈ বিমান যাত্ৰাৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।