ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় কেবিনেটৰ একীকৃত পেন্সন আঁচনিৰ অনুমোদনক চৰকাৰী কৰ্মচাৰীসকলৰ আদৰণি

কেন্দ্ৰীয় কেবিনেটৰ একীকৃত পেন্সন আঁচনিৰ অনুমোদনক চৰকাৰী কৰ্মচাৰীসকলে আদৰণি জনাইছে। তেওঁলোকে লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে কৰা আলোচনাৰ বাবেও ধন্যবাদ জনাইছে। চৰকাৰী কৰ্মচাৰী সংস্থাৰ যুটীয়া মঞ্চ Joint Consultative Machinery ৰ সম্পাদক গোপাল মিশ্রই কয় যে, প্রধানমন্ত্রীয়ে তেওঁলোকক এখন বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।