January 20, 2026 8:28 PM | Pratap Rao

printer

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ চৰাইদেউ জিলা ভ্ৰমণ

কেন্দ্ৰীয় আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। দিনজোৰা কাৰ্যসূচীৰে জিলাখনলৈ অহা মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কালত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বোত্তৰ সম্পৰ্ক সেতু কার্যসূচী সম্পর্কে পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়। বিয়লি মন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি ডিব্ৰুগড়লৈ ৰাওনা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।